-->
HSLC EXAM PASSED 2018 সুখবৰ |

HSLC EXAM PASSED 2018 সুখবৰ |



২০১৮ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত যি সকল ছাত্ৰ ছাত্ৰীয়ে ৭৫% নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে সেই সকল ছাত্ৰ-ছাত্ৰীক অসম চৰকাৰে আনন্দৰাম বৰুৱা বঁটা (লেপটপ) প্ৰদান কৰিব ।উল্লেখযোগ্য যে ছাত্ৰ-ছাত্ৰী সকলে অহা ইং ১৮/৯/২০১৮ তাৰিখৰ পৰা ২৭/৯/১৮ লৈকে অনলাইন যোগে প পত্ৰ   জমা কৰিব লাগিব । প্ৰতিগৰাকী সমাজ সচেতন ব্যক্তিয়ে যাতে খবৰটো ছাত্র ছাত্ৰী সকলক অৱগত কৰায়  তাৰ বাবে বিনম্ৰভাবে অনুৰোধ জনাইছোঁ  ৷

ধন্যবাদ

0 Response to "HSLC EXAM PASSED 2018 সুখবৰ |"

Post a Comment

Iklan Atas Artikel

Iklan Tengah Artikel 1

Iklan Tengah Artikel 2

Iklan Bawah Artikel