-->
Assamese ৰগৰ Jokes - Assamese Jomoi | জমনি......|

Assamese ৰগৰ Jokes - Assamese Jomoi | জমনি......|

assamese rogor jokes । assamese jomoni photo 


কেইখনমান জমনি ফটো, ৰগৰ ফটো আৰু ৰগৰ jokes আগবঢ়োৱা হল, আশা কৰোঁ আপোনালোকে ভাল পাব । ভাল লাগিলে Share কৰিবলৈ নাপাহৰিব -


পত্নী - মই বজাৰলৈ যাওঁ,
তোমাক কিবা লাগে নেকি?

পতি - মোক জীৱনৰ অৰ্থ লাগে,
জীৱন কেনেকৈ সাৰ্থক হয় সেইটো লাগে,
মোক আত্মাৰ শুদ্ধিকৰণ লাগে,
মোক জীৱনৰ অস্তিত্ব লাগে

পত্নী - ওঁ হব হব বুজিছো,
কোনটো আনিম,
Kingfisher🍾 নে Foster🍺 !




এজন মদাহী চৰকাৰী কাৰ্য্যালয়ৰ চিৰিৰ পৰা উলটি তলত আহি পৰিল,

মানুহবোৰে সুধিলে,
কি হল ভাই?

মদাহীজনে কলে,
গম নাপাওঁ, কি হল,
মই just এইমাত্ৰ তললৈ আহিলোঁ😬😬😬



girl - মোৰ বয়স ২০ বছৰ, মোৰ skin খুব বগা, soft আৰু sensitive, মই ৰাতি কি লগাই শুৱা ভাল

beauty expert - দৰ্জাৰ হুক !



girl - তুমি বৰ ধুনীয়া গান গোৱা হে!
boy - অ' ধন্যবাদ, মই শুনিচো তুমিও বোলে ভাল গান গোৱা!
girl - নাই, মই বাথৰুমত হে গাওঁ মানে বাথৰুম চিংগাৰ!
boy - কেতিয়াবা মাতিবা আকৌ তালৈ, দুয়োজনে তাত গানৰ আখৰা লগাম !

৩ জন লৰাই নিজৰ নিজৰ চহৰত ঠাণ্ডাৰ প্ৰভাব কেনে , তাৰ ওপৰত কথা পাতি আছিল-

১ম - আমাৰ তাত ইমান ঠাণ্ডা পৰে, ৰাতিপুৱা যেতিয়া পানীৰ নল খোলো পানীবোৰ বৰফ হৈ ওলায়!

২য় - আমাৰ তাত আকৌ ইমান ঠাণ্ডা পৰে, ইমান ঠাণ্ডা পৰে, মানুহবোৰে কৈ থকা শব্দবোৰ গোট মাৰি যায়, পিছত আমি শব্দবোৰক জুইত সেকি লৈহে শুনিব লগীয়া হয়!

৩য় - আৰে, সেইবোৰটো একোৱেই নহয়, আমাৰ তাত ঘৰলৈ এবাৰ আলহী আহিছিল, আলহী যোৱাৰ পিছত চোফাখনত এটা বৰফৰ টুকুৰা এৰি গৈছিল (ঠাণ্ডাৰ প্ৰভাবত)। পিছত সেই বৰফৰ টুকুৰাটো জুইত গলোৱাৰ পিছত তাৰ পৰা এটা শব্দ ওলাইছিল.. পু...উ....উ...উ...ট্


পত্নী - এ শুনিছা,মোৰ পুৰণি কাপোৰবোৰ donate কৰি দিওঁ নেকি?

পতি - পেলাই দিয়াহে , কি donate কৰিবা আৰু 

পত্নী - নহয় হে, দুনীয়াত বহু এনে গৰিব  লোক আছে যিয়ে পিন্ধিবলৈ এযোৰ কাপোৰ নাপায়, খালিপেটেৰে ভোকত থাকে, সিহতে পিন্ধিব পাৰিব

পতি - তোমাৰ size ৰ কাপোৰ যাৰ আটি যায়, সি খালিপেটেৰে ভোকত থকা হব নেকি?




জানিব খুজিছে নেকি?
Facebook আৰু WhatsApp ৰ জৰিয়তে  কেনেকৈ উপাৰ্জন কৰিব পাৰি?

তেনেহলে এই মুহূৰ্ততে দুয়োটা delete কৰি দিয়ক আৰু কাম-ধান্দাত লাগি যাওঁক ! 😁😁😁




৩ জন বন্ধু 👨👦👲পাহাৰ এখনত ফুৰি আছিল ।সিহত তিনিওজনৰে দেহ আৰু মুখৰ ৰং কলা আছিল।

হঠাৎ তেওঁলোকৰ সন্মুখত এজনী পৰি'ৰ👰 আবিৰ্ভাব হল ।

পৰি'জনীয়ে👰 কলে, আজি মই তোমালোক আটাইৰে মনৰ ইচ্ছা পুৰ্ণ কৰিম । কোৱা তোমালোকৰ মনৰ ইচ্ছা ।

১ম 👨- মোক বগা কৰি দিয়ক 
২য় 👦- মোকো বগা কৰি দিয়ক 

এইবাৰ ৩য় জন বন্ধুক মনৰ ইচ্ছা কি কবলৈ কলে, 

৩য় বন্ধু (হাঁহি হাঁহি)👲- ইহঁত দুয়োজনকে কলা কৰি দিয়ক 😌😌😌




পতি'ৰ পত্নী'লৈ ফোন-

পতি - "মোৰ জীৱনটো সফল কৰি ইমান মৰমৰ, ইমান ধুনীয়া কৰাৰ বাবে তোমাক ধন্যবাদ । আজি মই যি, চব্ একমাত্ৰ তোমাৰ কাৰণে । তুমি মোৰ বাবে ভগৱান হৈ আহিছা । তোমাৰ বাবে মই এই জীৱনত নতুন শক্তি পালোঁ"

পত্নী - মানে আজিও চাৰিটা পেগ্ মাৰি দিলা মানে, ঘৰলৈ আহা, একো নকওঁ

পতি - দৰজাখন খোলা, মানে মই বাহিৰত ৰখি আছো 😂😂😂😂

....
বন্ধু ১- মোৰ সকলোতকৈ পচন্দৰ সময় এই লৰাৰ গৰমৰ বন্ধ হোৱা মাহটো

বন্ধু ২ - কিয়?

বন্ধু ১ - মোৰ লৰা আৰু পত্নী মাকৰ ঘৰলৈ যাব আৰু ইফালে মোৰ কলনিৰ বিয়া হৈ যোৱা ছোৱালীবোৰো সিঁহতৰ মাকৰ ঘৰলৈ আহিব 😁😁😁😁😁


Boyfriend - মই যদি তোমাক এটা চুমা খাওঁ, তুমি কি ক'বা?

Girlfriend - মই ক'ম এটা চোৰ আছিল

Boyfriend - চোৰ ?

Girlfriend - নহয় মানে, এটা চোৰ আছিল, যিয়ে গোটেই গাড়ীখনেই চুৰ কৰি লৈ যাব পাৰিলে হেঁতেন, কিন্ত্ত খালি চকা কেইটাহে লৈ গল😁😁😁😁😁



....
Boyfriend - কালি তোমাৰ ঘৰলৈ গৈছিলো, মই তাকেহে চিন্তা কৰি আছো, আমাৰ চাগৈ বিয়া আৰু নহবই

Girlfriend - কিয়? কি হ'ল? মোৰ দেউতাক দেখা কৰিলা নে?

Boyfriend - নহয়হে, তোমাৰ ভন্টিক দেখা পালোঁ.......
কি মস্তহে, তোমাৰ ভন্টি 😄😄😄😄😄


....
Boyfriend - বলা আমি অলপ এনেকুৱা ঠাইলৈ ফুৰিব যাওঁ, য'ত কেৱল তুমি আৰু মই থাকিম, আন কোনো নাথাকে!

Girlfriend - আচ্ছা, তালৈ গৈ তুমি কোনো উল্টা-পুল্টা নকৰাতো?

Boyfriend - প্ৰ'মিজ্ কৰিছো, মই কোনো এনে ধৰণৰ কাম নকৰো!

Girlfriend - তেতিয়া হলে, গৈ কি লাভ😁😁😁😁😁


....
শিক্ষকৰ ছাত্ৰলৈ প্ৰশ্ন :-

শিক্ষক - আচ্ছা, কোৱা, এনে কি বস্ত্ত আছে, যি বেছিভাগ সময় আকাশত উৰি ফুৰে আৰু বাচ্ছা(পোৱালী) দিবলৈ মাটিত আহে

ছাত্ৰ - মেদাম, এয়াৰ হোষ্টেজ্
😇😇😇😇😁😁😁


                                  || ধন্যবাদ ||

0 Response to "Assamese ৰগৰ Jokes - Assamese Jomoi | জমনি......|"

Post a Comment

Iklan Atas Artikel

Iklan Tengah Artikel 1

Iklan Tengah Artikel 2

Iklan Bawah Artikel