-->
5 Best platform Earn money online | 5 টা ভাল পদ্ধতি অনলাইন পইচা উপাৰ্জন কৰিবলৈ |

5 Best platform Earn money online | 5 টা ভাল পদ্ধতি অনলাইন পইচা উপাৰ্জন কৰিবলৈ |

     

   অনলাইন পইচা উপাৰ্জন কৰিবলৈ ইমান নহয়, কিন্তু ইমান টানো নহয়|

   যদি আপুনি অলপ চেষ্টা কৰে অতি সহজে ঘৰতে বহি অনলাইন পইচা উপাৰ্জন কৰিব পাৰিব |
 
    অনলাইনত আপুনি চৰকাৰী চাকৰি বা কোনো প্ৰাইভেট চাকৰীতকৈও বেছি পৰিমাণৰ পইচা উপাৰ্জন কৰিব পাৰিব|

    কিন্তু  অলপ খেলিমেলি হলে আপোনাৰ ইমান দিনৰ কষ্ট
পলকতে ভাঙিব |

    যদি ভালদৰে কাম কৰি যাব পাৰে আপুনি গোটেই জীৱন অনলাইন উপাৰ্জন কৰিব পাৰিব |


   ▶️ 5টা ভাল পদ্ধতি অনলাইন পইচা উপাৰ্জন কৰাৰ
   
     1. এটা website খুলি online পইচা উপাৰ্জন কৰিব পাৰিব |
       website খোলা ইমান সহজ কথা নহয় তথাপিও অলপ জ্ঞান থাকিলে বা অলপ বুদ্ধি লগালে অতি হজে এটা website খোলি লব পাৰিব |

       যদি আপুনি এনেই অলপ সিকিবলৈ বিচাৰে Free তে website বনাব পাৰিব |
 
      প্ৰথমবাৰব বাবে এটা Free website বনাই চাওক তাৰ পাছত যদি ভাল লাগে যদি আপুনি ভাবে যে মই এটা  website চলাব পৰিম তেতিয়াহে আপুনি এটা ভাল website বনাব পাৰে |

important▶️ website বনাবলৈ কোনো ধৰণৰ coding  শিকাৰ প্ৰয়োজন নাই ...

    ₹2000 ৰ পৰা ₹5000 টকা খৰচ কৰিলে এটা ভাল website  বাব পৰা যায় |

      website বনোৱা আগত মোৰ এই website টো এবাৰ ভালদৰে চাই লওঁক |







2.  Youtube //

    YouTube চেনেল খুলিও আপুনি অনলাইন উপাৰ্জন কৰিব পাৰি |
     আজিকালি YouTube চেনেলৰ সংখ্যা বহু পৰিমাণে বাঢ়িব ধৰিচে সেয়েহে চেনেল টো Grow কৰিবলৈ যথেষ্ট কষ্ট কৰিব লগিব | আৰু ধৈৰ্য লাগিব |

   কিন্ত্ত YouTube ত Grow হব পাৰিলে ভৱিষ্যৎতে আপোনাৰ সুবিধা হব |

  Youtube channel খোলিবলৈ সকলোৱে জানে যদিও
কৈ দিওঁ যে মাত্ৰ এটা  Email 🆔 হলেই আপুনি এটা YouTube channel খোলিব পৰা যায়|








 
3.Apk বনাইওঁ  online পইচা উপাৰ্জন কৰিব পৰা যায় |

||  অধিক জানিবলৈ YouTube ত search কৰক ||


4.cooming soon..

5.comming soon...

0 Response to "5 Best platform Earn money online | 5 টা ভাল পদ্ধতি অনলাইন পইচা উপাৰ্জন কৰিবলৈ |"

Post a Comment

Iklan Atas Artikel

Iklan Tengah Artikel 1

Iklan Tengah Artikel 2

Iklan Bawah Artikel