-->
10 Assamese Funny Jokes Facebook । Assamese Jokes 2018

10 Assamese Funny Jokes Facebook । Assamese Jokes 2018

#১
ধলু এখন নতুন school ত গৈ admission ল"লে ।

প্ৰথম দিনা school ৰ class ত ধলুয়ে জোৰে জোৰে হাঁহি আছিল,

পলু - ঐ, কিয় ইমানকৈ হাঁহি আছ'?

ধলু - তই কোন ?

পলু - মই monitor.

ধলু - মই CPU ! ক' এতিয়া কি হ'ল !!!


#২
নৰেন - ঐ ৰমেন, তোৰ ভাইটি ইমান বগা আৰু তই যে ইমান ক'লা হ'লি কথাটোনো কি ?

ৰমেন - অ' সেইটো কথা, বুৰ্বুক ! মই যে ৰাতি জন্ম হৈছিলো, য'ত নেকি মোৰ ভাইটি দিনতহে জন্ম হৈছিল !!!


#৩
ধলু - আজি মোৰ mobile ত এটা অাচৰিত ধৰণৰ message আহিল আৰু চাল্লা, mobile টো off হৈ গ'ল ।

পলু - কি message ঔ ?

ধলু - Battery Low !

পলু - WhatsApp ত পথা, আজি চবৰে মেথা নষ্ট কৰি দিম বাপ্পেকে !!!


#৪
মোৰ ওঠ স্পৰ্শ কৰাৰ লগে লগে, সেই এক বুজাব নোৱাৰা অনুভৱ যেন কাহানিও পোৱা নাই, সিক্ত নয়ন মোৰ ভিজা ভিজা, উশাহত চৰচৰনিৰ প্ৰকোপ - পটাপট্ কোনোবাই মোক দুগিলাচ মান ঠাণ্ডা পানী আনি দিয়া, আজিৰ পৰা ভোট জলকীয়া গোটে গোটে কেতিয়াও নাখাওঁ, শপত !!!

#৫
সুপন্দি আৰু তাৰ লগত একেই category ৰ ৫০ জন মক্কেল একেলগে এখন ship ত travel কৰি আছিল ।

আদ বাটতে ship খনৰ start বন্ধ হৈ যোৱাত গোটেই কেইজনে পানীত ডুবি মৰি থাকিল ....

কেনেকৈ ?

ধেৎতেৰি, ship খন ডুবি যোৱা নাছিল , সুপন্দিৰ কথামতে গোটেই কেইটা মক্কেলে পানীত জঁপিয়াই ship খন ঢাক্কা মাৰিবলৈ চেষ্টা কৰোঁতেহে ..... !!!


#৬
Teacher - ওঁ, তহঁতে ক'চোন kaal(কাল) কেই প্ৰকাৰৰ আৰু কি কি ?

Punjabi Student - Sir, kaal ৫ প্ৰকাৰৰ - Local Kall, STD Kall, ISD Kall, Miss Kall আৰু Satsiria Kall.


#৭
ভাবি গুণি নাপাতিলি বিয়া,
গোটেই জীৱন বৰবাদ কৰিলি ।
ভাবি গুণি নাপাতিলি বিয়া,
গোটেই জীৱন বৰবাদ কৰিলি ।
চতুৰালি-বুদ্ধিৰে যিয়ে পাতিলে বিয়া,
সি নো কিডাল ওলোটাই পেলালে !!!


#৮
চহৰৰ ল'ৰা এজনৰ গাওঁৰ এজনী ছোৱালীলৈ proposal -
Hey Sweetheart, I fell in love with you, from the moment I saw you.
Will you accept my proposal ?

গাওঁৰ ছোৱালী - হাউ, কি নো ক'ৱা এ ! মোই ইংৰেজী-চিংগ্ৰেজী বুজি নাপোং !

চহৰৰ ল'ৰা - এক' নহোয় দে বাই, মোই তাৰমানে এক গ্লাচ পানী খাবা খুদচিলো !!!


#৯
পতি - তুমি নো মোৰ কি এনে দেখিলা যে তুমি পটকে বিয়াৰ বাবে মান্তি হৈ গ'লা ?

পত্নী - মই মানে মাজে মাজে balcony ৰে তোমাক বাচন-বৰ্তন মাজি থকা দেখা পাইছিলোঁ !!!


#১০
ZARIN আৰু KATRINA, এই দুয়োজনী heroine ৰে দেহৰ ৰঙ প্ৰায় একে ধৰণৰ বগা, কিয় জানেনে ?

কিয়নো, দুয়োজনীৰে নামত RIN আছে - "RIN দে চৌকানে ৱালি চফেদি"







                                               ||  ধন্যবাদ ||

0 Response to "10 Assamese Funny Jokes Facebook । Assamese Jokes 2018"

Post a Comment

Iklan Atas Artikel

Iklan Tengah Artikel 1

Iklan Tengah Artikel 2

Iklan Bawah Artikel