জৱাহৰলাল:এলাহ মানৱ জীৱনৰ শত্ৰু_মহাত্মা গান্ধী:শত্ৰুক প্ৰেম কৰা 😌Confused

জাপানত:5g testing_ভাৰতত:এতিয়াও "জয় হনুমান" লিখি ১১ জনক পঠিয়াই free net balance পোৱাৰ আশা

হে ৩৩ কৌটি দেৱ দেৱী মোক আন একো নালাগে প্ৰত্যেকে এটকাকৈ দি আশীৰ্বাদ কৰা_বাকি মই নিজে হিচাপ কৰি লম

পুৰণি হিন্দী চিনেমাৰ নিচিনাকৈ যদি মোৰ girlfriend ৰ বাপেকে blank cheque এখন দি কলে হয়_ইয়াত amount লিখি ল' আৰু মোৰ ছোৱালীৰ জীৱনৰ পৰা ওলাই যা'

মোক কি বুলি ভাবিছা_মই news ও dj home theatre ত শুনো বুজিছা

চুইট্ হাৰ্ট