what is paytm
Friday, September 21, 2018
Comment
What is Paytm
এতিয়া হৈছে online যুগ আজি সকলো কাম online কৰা হয় |
আৰু যদি আপুনি পিছ পৰি থকে ? সেয়েহে মই ভাবিলোঁ যে আমি নো কিয় এই online, digital, দুনিয়াখনৰ পৰা পিছ পৰি থাকিম |
আপুনিও digital হবলৈ টেষ্টা কৰক|
1.paytm is a best digital payment platform
paytm হল ডিজিটেল payment কৰা এটা পদ্ধতি যাৰ দ্বাৰা আপুনি আপোনাৰ ব্যক্তিগত বেংক একাউন্টৰ পৰা বা wallet ৰ পৰা ধনৰ লেনদেন কৰিব পাৰে৷
2. paytmৰ দ্বাৰা আপুনি আপোনাৰ Mobile Recharge, DTH Recharge, Electricity bill payment, ৰ লগতে অন্যান্য দোকান বজাৰত বস্তু কিনাৰ বিনিময়ত payment বা পইচা দিব পাৰিব |
আৰু আকৰ্ষণীয় cashback লাভ কৰিব পাৰিব |
3.যদি আপোনাৰ এখন দোকান আছে আৰু আপুনি costumerৰ পৰা paytm ত payment received বা paytm ৰ দ্বাৰা পইচা লব বিচাৰে. ..
আপুনি paytm merchant services ব্যৱহাৰ কৰিব পাৰে আৰু আকৰ্ষণীয় সুবিধা লাভ কৰিব পাৰে|
অনুগ্ৰহ কৰি share কৰক আৰু coment কৰিবলৈ নাপাহৰিব | লগতে তলত দেখিবলৈ পোৱা ঘন্টা বটনটো মানে bell🔔 icon টোত ক্লিক কৰি Allow কৰি দিব আমি নতুনকৈ প্ৰস্তুত কৰা article ৰ জাননী পাবলৈ |
||| ধন্যবাদ |||

0 Response to "what is paytm"
Post a Comment