-->
Jio recharge offer ||  Half price thick || Assamese ||

Jio recharge offer || Half price thick || Assamese ||

jio recharge offer .   Assamese..


 ◼️ যদি  আপোনি Jio recharge কৰিব বিচাৰে কেইটামান কথা মনত ৰাখি আপোনাৰ Jio recharge
আধাতকৈ কম মূূল্যত     কৰি লব পৰিব |

   ◼️ এইটো এটা সঁচা ট্ৰিক হয় ||
             যদি আপুনি মই কোৱা মতে কামবোৰ কৰি যায় আপোনাৰ JIO RECHARGE অতি কম মূল্যত হব |

1. যদি আপুনি PAYTM ব্যৱহাৰ নকৰে তেন্তে play store ৰ পৰা বা মই দিয়া Link ৰ পৰা app টো INSTALL কৰি লব পাৰে |

        যদি আপুনি paytm আগৰ পৰাই ব্যৱহাৰ কৰে তেতিয়াহলে আপুনি update কৰি লওঁক ||

2. যদি আপুনি প্ৰথমবাবৰ বাবে Paytm  ব্যৱহাৰ কৰে তেতিয়াহলে আপুনি প্ৰথমবাৰৰ বাবে ₹149 টকাৰ rechargeকৰক আৰু  NEWJIO নামৰ promocode টো apply কৰক

       আৰু payment টো কৰি দিয়ক আপোনাৰ Debit card, UPI বা অন্য যিকোনো একাউন্টৰ পৰা |

       কিছুসময় পাছত আপুনি ₹30টকাৰ cashback পাই যাব |

    যদি আপোনাৰ একাউণ্ট টো KYC কৰা একাউণ্ট নহয় তেতিয়াহলে আপুনি
     ₹30 টকাৰ Gold Back পাব |
      যদি আপুনি gold খিনি বিক্ৰী কৰি যিয়ে  30টকাটো আপোনাৰ বেংক একাউন্টত পাই যাব |

     মনত থব যে কেৱল নতুন PAYTM একাউন্ট  আৰু আপোনাৰ jio number টো ত কেতিয়াও paytmৰ পৰা recharge হব নেলাগিব||
   আৰু যদি পাৰে paytm account টো আপোনাৰ jio number ৰ পৰা  create কৰে যেন ||


     যদি আপুনি paytm ৰ পুৰণা গ্ৰাহক তেতিয়াহলে আপুনি  এই পস্টটো  পঢ়ি আপোনাৰ recharge আধা দামত কৰি লব পাৰিব|||

      পস্টটো পঢ়িবলৈ অনুগ্ৰহ কৰি ইয়াত ক্লিক কৰক আৰু
👇👇👇👇👇👇👇👇👇👇👇👇👇👇👇👇
      https://hemantastek.blogspot.com/2018/08/jio-recharge-200-399-jio-recharge-just.html


|| যদি কিবা বুজিবলৈ অসুবিধা পায় comment কৰক
আৰু মোক face book ত msg কৰিব পাৰে ||

                   ⬛️⬛️ ধন্যবাদ ⬛️⬛️

0 Response to "Jio recharge offer || Half price thick || Assamese ||"

Post a Comment

Iklan Atas Artikel

Iklan Tengah Artikel 1

Iklan Tengah Artikel 2

Iklan Bawah Artikel