-->
how increase jio internet speed - reliance jio 4g net ৰ speed বঢ়াব খোজে নেকি ?

how increase jio internet speed - reliance jio 4g net ৰ speed বঢ়াব খোজে নেকি ?

Reliance Jio 4g Net ৰ speed কম পায় আছে নেকি ?
how increase jio internet speed - Reliance Jio 4g

মোবাইলৰ বজাৰলৈ Jio অহাৰ পিছত, ই মোবাইল সংযোগ আৰু কৌশলৰ সকলোবোৰ দিশেই একপ্ৰকাৰ বদলি কৰি দিলে ।

পিছত Reliance Jio 4g য়ে এনে কিছুমান সুবিধা ইয়াৰ গ্ৰাহকলৈ আগবঢা়লে যে, প্ৰায় সকলোবোৰ মানুহে ইয়াৰ সংযোগ লবলৈ উঠি পৰি লাগিল ।

এতিয়া এনে এটা পৰ্যায় আহি পাইছে যে, Reliance Jio 4g সংযোগ নথকা ব্যক্তি হয়টো পোৱা নাযাব । অৰ্থাৎ এতিয়া প্ৰায় সকলোৰে হাতে হাতে Reliance Jio 4g ৰ সংযোগ ।

এতিয়া কথাটো হল , আপুনি ইমান অত্যাধুনিক , অধিক speed যুক্ত এই Reliance Jio 4g ৰ সংযোগ লোৱাৰ পিছতো ভবামতে ইয়াৰ speed লাভ কৰা নাই নেকি?

অাপুনি অাপোনাৰ Reliance Jio 4g Net ৰ speed কম পায় আছে নেকি ?

আপুনি 4g sim ব্যৱহাৰ কৰি থকাৰ পিছতো 3g ৰ নিচিনা speed পায় আছে নেকি ?

হয়টো ইয়াৰ বাবে আপোনাৰ হাতত থকা মোবাইল ফোনটোও কিছু পৰিমানে দায়ী হব পাৰে।

অাপুনি এই সমস্যাটোৰ পৰা পৰিত্ৰাণ পাবলৈ কি কৰিব লাগিব , আহক আমি চাওঁ Reliance Jio 4g Net ৰ speed কেনেকৈ বঢ়াব পাৰি - Now lets see, how increase jio internet speed

Reliance Jio 4g Net ৰ speed বঢ়াবলৈ তলত দিয়া ধৰণে আপোনাৰ মোবাইলৰ settings খিনি বদলাই চাব পাৰে। গোটেই  খিনি settings সঠিক ভাবে কৰি লোৱাৰ পিছত আপুনি Reliance Jio 4g Net ৰ speed ২০% ৰ পৰা ৩০% লৈ অধিক পাব।

প্ৰথমতে আপুনি মোবাইলৰ settings section টো খোলক ।

তাত আপুনি mobile network / cellular network পাব , সেইটো খোলক । তাত আপোনাৰ Reliance Jio 4g sim খন বাচনি কৰক।

"APN"/ "Access Point Names" লৈ যাওঁক । তাত click কৰক ।( কিছুমান মোবাইলত খালি "APN" বুলি থাকিব পাৰে)

Reliance Jio 4g


তাত দেখিব Jio4G/jionet ,তাত click কৰক ।

এইবাৰ তাত থকা "Server" option ত click কৰিব । এটা বাকচ খোল খাব । তাত লিখিব www. google. com (space নিদিয়াকৈ লিখিব) আৰু ok কৰি দিব।

এইবাৰ যাওঁক "MCC option" টোলৈ । তাত থকা নম্বৰটো 405 কৰি ok কৰি দিব । ( কিছুমান মোবাইলত default ত 405 থাকে তেতিয়া বদলি কৰিব নেলাগে )

এইবাৰ "APN protocol" option টো খোলক । তাত "IPv4/IPv6" এই একেলগে লিখা থকা protocol টো tick কৰক । ( কিছুমান মোবাইলত default ত
"IPv4/IPv6" থাকে তেতিয়া বদলি কৰিব নেলাগে )

Reliance Jio 4g


তাৰ পিছত "Bearer" option লৈ গৈ "LTE" ত tick কৰি ok কৰক ।

গোটেই খিনি settings সাৱধানে কৰাৰ পিছত save কৰি দিব । ( কিছুমান মোবাইলত save বুলি ওপৰত লিখা থকা দেখিব আৰু কিছুমানত screen ৰ ওপৰৰ
সোফালে ৩টা বিন্দু দেখিব , তাত পাব)

আৰু লগতে তলৰ কামখিনিও কৰি লব-

আপুনি যদি "chrome" ব্ৰাউচাৰ্ ব্যৱহাৰ কৰে , তেন্তে "chrome" খোলক । মোবাইল screen ৰ ওপৰৰ সোফালে ৩টা বিন্দুত click কৰক । তাত থকা "History" ত click কৰক । "clear browsing data" ত click কৰক । তাত থকা "basic" option ত time range টো "all time" কৰি "CLEAR DATA" কৰি লওক । ( এই প্ৰক্ৰিয়াটো কৰোতে আপুনি যদি কিহবাত "log in" হৈ আছে , তেন্তে তাৰ password মচ্ খাই "log off" হৈ যাব । গতিকে আপোনাৰ password বোৰ আগতে ঠিক কৰি লব )

এইবাৰ যাওঁক আকৌ মোবাইল settings  লৈ । "Storage" ত click কৰক । পিছৰ menu খনত "Internal storage" লৈ গৈ "Cached Data" ত click কৰক । আৰু ok কৰক ।

Reliance Jio 4g


এতিয়া আপোনাৰ মোবাইলটো Restart কৰক । বচ্, হৈ গল । এতিয়া চাওঁক আপোনাৰ Reliance Jio 4g Net ৰ Speed .........

 ইতিমধ্যে আমি গম পালো যে, Reliance Jio 4g Net ৰ speed কেনেকৈ বঢ়াব পাৰি - We already discused that, how increase jio internet speed - i think you liked it.
Enjoy ......

thanks for watching...

1 Response to "how increase jio internet speed - reliance jio 4g net ৰ speed বঢ়াব খোজে নেকি ?"

Iklan Atas Artikel

Iklan Tengah Artikel 1

Iklan Tengah Artikel 2

Iklan Bawah Artikel